আনুষ্ঠানিক ভাৱে মুকলি ই শ্ৰম কাৰ্ড পঞ্জীয়ক নম্বৰ

মন্ত্ৰী সঞ্জয় কিশান আনুষ্ঠানিক ভাৱে মুকলি কৰে ।
অসমৰ প্ৰায় ১ কোটি শ্ৰমিক ক প্ৰদান কৰা ই শ্ৰম কাৰ্ড
শ্ৰমিক সকলে দেশৰ অৰ্থনৈতিক ক্ষেত্ৰত আগুৱাই নিয়া ক্ষেত্ৰত যথেষ্ট অৰিহনা আছে ।

শ্ৰমিকক সকলো সুবিধা দিব কাৰণে ই শ্ৰম কাৰ্ড দিয়া হৈছে ।

প্ৰতিজন শ্ৰমিকেই পাব একোখনকৈ ই-শ্ৰম কাৰ্ড ।

ই শ্ৰম কাৰ্ড নম্বৰৰ যোগেদি সমগ্ৰ দেশতেই স্বীকৃতি পাব ।

পঞ্জীয়নভূক্ত শ্ৰমিক সকলে চৰকাৰী আঁচনি পোৱাত সুবিধা হব ।

মাটিৰ দালালৰ লগতে সকলো ক্ষেত্ৰতে আমাৰ চৰকাৰৰ খনে উপযুক্ত ব্যবস্থা লৈছে ।

অসমৰ ৰাইজে বিচৰা ধৰণে অসমত দালালৰাজ শেষ কৰা হব ।

যিকোনো কাৰ্যালয়ত কোনো ধৰণৰ উৎকোচ নোলোৱাকৈ কাম বোৰ হয় তাৰ কাৰণে আমাৰ চৰকাৰে নিষ্ঠা সহকাৰে কাম কৰিছে ।

স্বচ্ছ আৰু নিকা এখন চৰকাৰৰ চলাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অব‍্যাহত ৰাখিছে আৰু সকলো মন্ত্ৰীয়ে এই ক্ষেত্ৰত সহযোগ কৰিছোঁ ।

অসমৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছো অসমক যাতে ভাৰতবকর্ষ এখন চেষ্ট ৰাজ্য বনাব পাৰোঁ ।

শ্ৰমিক কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব
ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক
কাঠমিস্ত্ৰী
টেনাৰী কৰ্মী
উমৈহতীয়া সেৱা কেন্দ্ৰসমূহ
গাখীৰ ঢালি থকা কৃষক
প্ৰব্ৰজনকাৰী শ্ৰমিক
কৃষিশ্ৰমিক
ক্ৰপাৰবোৰ ভাগ বতৰা কৰক
মাছমৰীয়া
পশুপালনত লিপ্ত লোকসকল
বিডি ৰোলিং
লেবেল লগোৱা আৰু পেকিং কৰা
ভৱন আৰু নিৰ্মাণ কৰ্মী
চামৰাৰ কৰ্মী
শিপিনী
কাঠমিস্ত্ৰী
নিমখ কৰ্মী
ইটাভাটা আৰু শিলৰ খনিত শ্ৰমিক
চাও মিলৰ শ্ৰমিক
ধাইসকল
ঘৰুৱা কৰ্মচাৰী
নাপিত
চেৰিকালচাৰ শ্ৰমিক
হাউচ মেইড
পথবিক্ৰেতা
জবকাৰ্ড কৰ্মী
আশা কৰ্মী
পাচলি আৰু ফল বিক্ৰেতা
বাতৰি কাকত বিক্ৰেতা
ৰিক্সা চালক
অটো ড্ৰাইভাৰ

ফণী তালুকদাৰ হওক বা যি কোনো মানুহ হওঁক সকলো লগত আইন সমান।

যদি দুখী হয় আইনৰ পৰা শাৰী যাব নোৱাৰে ।

দুখী চিনাক্ত হলে উপযুক্ত শাস্তি পাব দুখীয়ে।

পঞ্জীয়ন কৰাৰ পিছত ২লাখকৈ বীমা পাব প্ৰতিজন শ্ৰমিক।

মৃত্যু হলে ২লাখ টকা আৰু বিকলংগ হলে ১লাখ টকা পাব।

বেংক একাউণ্ট,আধাৰ কাৰ্ড,টেলিফোন নম্বৰ,ব্লাড গ্ৰুপ লাগিব।

অসমত ৫লাখ শ্রমিকে পঞ্জীয়ন কৰিছে।

TEX আৰু PF নথকা শ্ৰমিক সকলে আবেদন কৰিব পৰিব।

উজ্বলা আঁচনি 2.0 আৰম্ভণি কৰা হৈছে ।

Leave a Comment