উত্তৰ পূব সীমান্ত ৰেলৱেৰ নতুন সংযোজন !

পৰ্যটকৰ বাবে মুকলি কৰা হৈছে বিশেষ ৰেল সেৱাৰ
গুৱাহাটী আৰু নিউ হাফলং মাজত চলিব এই ৰেল ।

শনিবাৰ আৰু বুধবাৰে চলিব পৰ্যটকৰ বাবে বিশেষ ৰেল ।অসম তথা উত্তৰ পূব ৰেলৱেত প্ৰথমবাৰলৈ সংযোজন হৈছে ভিষ্টাদোম ৰেলৱে কচৰ ।

ভিষ্টাদোম ৰেলৱে কচৰ জৰিয়তে পৰ্যটক সকলে ৰেল যাত্ৰাৰ সময়ত উপভোগ কৰিব পাৰিব অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য । পূৰ্বৰ ৰেলৱে কচ সমূহত বাহিৰৰ পৰিৱেশ ভালদৰে চাব পৰা সুবিধা নাছিল ।

যদি পৰৱৰ্তী সময়ত অধিক যাত্ৰীৰ সঁহাৰি লাভ কৰে তেন্তে এই ৰেলৰ চলাচল দুদিনৰ পৰিৱৰ্তে দৈনন্দিন কৰাৰ পৰিকল্পনাঃ ।

প্ৰাৰম্ভিক পৰ্যায়ত ৪৪ জন যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব এই বিশেষ ট্ৰেইনত ।

পুৱা ৬.৩৫ ত গুৱাহাটীৰ পৰা ৰাওনা হব দিনৰ ১১.০০ বজাত

বিয়লি ৫ বজাত নিউ হাফলংৰ পৰা গুৱাহাটী লৈ ।

Leave a Comment