মহানগৰীত এচিদ আক্ৰমনৰ ঘটনা।

গুৱাহাটী মহানগৰীত সংঘটিত এচিড আক্ৰমণৰ ঘটনা ।
ফটাশিলথানাৰ ৰত্নাগিৰী পথত আমজাদ আলী নামৰ লোক জনৰ মুখত এচিদ ঢালিলে উৎপল বড়ো নামৰ এজন লোকে।
এচিড ঢলি পলায়ন উৎপল বড়োৰ লগে লগে ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ লোক ।
পুৰ্বেও বহু অপৰাধজনিত ঘটনাৰ লগত জৰিত আছিল বড়ো।
সুৰা ক্ৰয় কৰিবলৈ ধন নিদিয়াৰ বাবেই এচিদ আক্ৰমনৰ ঘটনা

Leave a Comment