শীঘ্ৰে ছবি গৃহত ‘ড০ বেজবৰুৱা-২’

অসম সন্তান তথা ব্যাপকভাৱে প্ৰশংসিত অভিনেতা আদিল হুছেইনক শীঘ্ৰেই দেখা পাব এখন অসমীয়া ছবিত ।ড০ বেজবৰুৱাৰ চিকুৱেলত এজন চিকিৎসকৰ চৰিত্ৰত অভিনয় কৰিব জনপ্ৰিয় অভিনেতাগৰাকীয়ে।
চিকুৱেল ড০ বেজবৰুৱা ২ পৰিচালনা কৰিব অসমৰ জ্যেষ্ঠ অভিনেতা নিপন গোস্বামীয়ে। লগতে চিনেমাখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে নিপন গোস্বামীয়ে ।ইতিমধ্যে ছবিখনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হৈছে আৰু এতিয়া পোষ্ট-প্ৰডাকচনৰ অধীনত আছে।

Leave a Comment