তাণ্ডব সৃষ্টি কৰিব পাৰে ধুমুহা হেনৰিয়ে ।

আমেৰিকাৰ পূব প্রান্তৰ উপকূলত হেনৰিয়ে সৃষ্টি কৰিব পাৰে বিভীষিকাৰ৷ এই ভয়াৱহ সামুদ্রিক ধুমুহাৰ বাবে ইতিমধ্যে বতৰ বিজ্ঞান বিভাগে নিউয়র্কৰ লং আইলেণ্ডৰ বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। লং আইলেণ্ড আৰু নিউ ইংলেণ্ডত বিভিন্ন প্রান্তত এই ধুমুহাই তাণ্ডব সৃষ্টি কৰিব পাৰে । প্রশাসনে জৰুৰী অৱস্থা ঘোষণা কৰিছে নিউয়র্ক প্রদেশত ।

Leave a Comment