মুখ্য মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক।

কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ সম্পৰ্কীয় দীঘলীয়া পৰ্যালোচনা ।

কৃত্ৰিম মূল্যবৃদ্ধি নোহোৱাকৈ সকলো সামগ্ৰী প্ৰকৃত কৃষক সকলক প্ৰধান কৰাৰ উদ্দেশ্যে আলোচনা ।

কৃষি বিষয়াৰ পদোন্নতি আৰু নতুন নিযুক্তিৰ সন্দৰ্ভতটো আলোচনা ।

১৮ তাৰিখে প্ৰথম তেজপুৰ আৰু লখিমপুৰত সাৰৰ মুজুদ কেন্দ্ৰ আৰম্ভ হব ।

সাৰৰ কলা বজাৰ শেষ কৰাৰ উদ্দেশ্যে ।

নৱেম্বৰৰ ভিতৰত ১৬-১৮ লাখ প্ৰকৃত কৃষকে লাভ কৰিব কৃষক সন্মান নিধিৰ ধন ।

জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কৃষি বিভাগৰ আঁচনি সমূহ অধিক প্ৰচাৰ কৰিব ।

বাছৰ ভাড়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া ‘বাছৰ ভাড়া সকলোৱে মিলি কমাব লাগিব , অধিক ভাড়া নলবলৈ পুনৰ আহ্বান মুখ্যমন্ত্ৰীৰ । প্ৰয়োজনত কঠোৰ হব প্ৰশাসন ।

ৰাজ্যত পূজা অনুষ্ঠিত হব , কিন্তু সকলো লোকক ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বান

Leave a Comment