আজিৰে পৰা ৰাজ্যত নতুন SOP

1. সোমবাৰ পৰা খোলা হব সকলো শিক্ষা অনুষ্ঠান।

2. ৬ ছেপ্টেম্বৰ পৰা চুড়ান্ত বৰ্ষৰ পাঠ্যক্ৰম আৰম্ভ ।

3. বিয়া সবাহ আদি ঘৰুৱা মাংগলিক অনুষ্ঠানত সৰ্বাধিক ৫০ গৰাকী লোকে অংশ ল’ব পাৰিব
কমেও এপালি কোভিড ভেকচিন লোৱা সকলেহে অংশগ্ৰহণ কৰিব পাৰিব।

4. অন্তিম সৎকাৰত ৫০ জন অংশগ্ৰহনৰ অনুমতি।

5.ধৰ্মীয় অনুষ্ঠান সমূহত ৫০জন ব্যক্তিৰ প্ৰবেশৰ অনুমতি।

6. বিমানবন্দৰ ৰেল ষ্টেচনৰ নিৰ্দেশনা শিথিল।

7. দুপালি ভেকচিন লোৱা সকলক ৰেহাই দিয়া হ’ব
নৈশ বাছ চলাচলৰ অনুমতি সান্ধ্য আইনৰ মাজতো চলি থাকিব নৈশ বাছ যাত্ৰীয়ে RTPCR পৰীক্ষা কৰিব লাগিব ।

8. কাইলৈ পৰা ঘৰে ঘৰে ভেকচিন প্ৰদান প্ৰক্ৰিয়া ।

9. সময় মতে বন্ধ কৰিব লাগিব হোটেল আৰু ৰেষ্টোৰা ৪বজাৰ পাছত ৰেষ্টোৰাত ৰাখিব নোৱাৰিব নৈশ বাছ ।

10. দুচকিয়া বাহনত দুজন উঠিব পাৰিব
মাক্স পৰিধান কৰাটো যাত্ৰী আৰু চালকৰ বাবে বাধ্যতামূলক।

Leave a Comment