ঘোষণা কৰা হ’ল ৰাজ্যৰ উপ নিৰ্বাচনৰ দিন

অসম বিধানসভাৰ উপ নিৰ্বাচনৰ দিন ঘোষণা।
৩০ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ’ব উপ–নিৰ্বাচন।
ৰাজ্যৰ ৫ সমষ্টিত উপ-নিৰ্বাচনৰ দিন ঘোষণা হৈছে।
গোসাঁইগাঁও, ভবানীপুৰ, তামুলপুৰ, মৰিয়নী আৰু থাওৰা সমষ্টিৰ বাবে অনুষ্ঠিত হ’ব এই উপ-নিৰ্বাচন।
১ অক্টোবৰত জাৰি কৰিব অধিসূচনা।

মনোনয়ন দাখিলৰ অন্তিম দিন ৮ অক্টোবৰ।
মনোনয়ন প্ৰত্যাহাৰ কৰাৰ অন্তিম দিন ১৩ অক্টোবৰ।
মাজুলীৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই।
সৰ্বানন্দ সোণোৱালে এতিয়াও ত্যাগ কৰা নাই বিধায়ক পদ।

নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ২ নৱেম্বৰত।

Leave a Comment