গৰুখুটিৰ উচ্ছেদৰ সন্দৰ্ভত ৰাইজৰ দলৰ সংবাদমেল

ছিপাঝাৰৰ গৰুখুটিৰ ঘটনা সন্দৰ্ভত ৰাইজৰ দলৰ সংবাদমেল।

গৰুখুটিৰ ঘটনাক বেআইনী ,অমানবীয় আখ্যা দলটোৰ।

গৰুখুটিৰ জনতাক পুনৰ সংস্থাপন দিবলৈ দাবী।
এই উচ্ছেদ বেআইনী ,চৰকাৰ,প্ৰশাসনৰ
বৰ্বৰতা বুলি মন্তব্য ৰাইজৰ দলৰ।
বিকল্প সংস্থাপন নিদিয়াকৈ উচ্ছেদ চলাইছে প্ৰশাসনে।

গণতান্ত্ৰিক আন্দোলনক নশ্যাৎ কৰি প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰিছে প্ৰশাসনে।
গৰুখূটি অঞ্চলত বসবাস কৰা লোক সকল বিদেশী নহয়।

ভূমিহীন লোকক গুলীয়াই হত্যাকৰা ঘটনাক গৰিহণা ৰাইজৰ দলৰ।
গুলীয়াই হত্যা কৰা পুলিচ বিষয়াক শীঘ্ৰে অপসাৰণৰ দাবী দলটোৰ ।

মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ চলোৱাত ব্যৰ্থ হৈছে।ভূমিহীন লোকক বিদেশী সজাব বিচাৰিছে।
ভূমিহীন লোকক উপযুক্ত স্থানত সংস্থাপন দিবলৈ দাবী।

আমি উচ্ছেদ বিৰোধী নহয়।কিন্তু বিকল্প সংস্থাপন অবিহনে উচ্ছেদ কৰিবলৈ দিয়া নহব।
এই ঘটনাত আৰক্ষী অধীক্ষকে দাদাগিৰি কৰিছে। মুখ্যমন্ত্ৰীৰ ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকে এনে আচৰণ কৰিছে


পুলিচ প্ৰশাসনক নিয়ন্ত্ৰণ কৰিবলৈ অনুৰোধ ৰাইজৰ দলৰ নেতা আজিজুৰ ৰহমানৰ।

Leave a Comment