আজিৰে পৰা IPL মহাৰণ

ইণ্ডিয়া প্ৰিমিয়াৰ লীগৰ দ্বিতীয় পৰ্বৰ উদ্ধোধনী খেল হ’ব মুম্বাই চেন্নাই মাজত ।

কোভিড মহামাৰী বাবে আধাতে স্থগিত ৰাখিব লগা হৈছিল ইণ্ডিয়া প্ৰিমিয়াৰ লীগৰ দ্বিতীয় পৰ্য্যায় ৰ খেল সমূহ। অবশেষ ত আজিৰে পৰা অনুষ্ঠিত আৰম্ভ হব ডুবাই ত।উদ্ধোধনী খেলখন অনুষ্ঠিত হব চেন্নাই চুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানৰ মাজত ।ডুবাইত অনুশীলন ব্যস্ত হৈ পৰিছে খেলুৱৈ সকল।

খেলুৱৈ যাদৱকে ধৰি খেলুৱৈ সকল ব্যস্ত হৈ আছে অনুশীলন ত । টুইটাৰ যোগে ভিদিঅ পোষ্ট কৰি জনাই যে ইয়ালৈ উভতি আহি যথেষ্ট উৎফুল্লিত হৈ পৰিছো ।ভাৱ হৈছে ৬ মাহৰ পৰা ৮ মাহ আগলৈকে আমি যেন ইয়াতেই আছিলোঁ।

IPL ৰ প্ৰথম পৰ্বত ৭ খন খেলত ৰাণ সংগ্ৰহ কৰিছিল সুৰ্য কুমাৰে । বগা বলৰ ক্ৰিকেটাৰ জৰিয়তে ভাৰতীয় দলত অভিষেক ঘটাইছিল যাদৱৰ ।আৰু আজি চেন্নাই ছুপাৰ কিংছ ৰ বিৰুদ্ধে উদ্ধোধনী খেলত অংশ ল’ব সুৰ্য কুমাৰ যাদৱে ।

Leave a Comment