যোৰহাট নিমাটি ঘাট নাওঁ দুৰ্ঘটনা পাছত আটক 6 জনক

যোৰহাট আৰক্ষীয়ে আটক কৰে লোক কেইজনক
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত যোৰহাট আৰক্ষীয়ে তৰিছিল ফৌজদাৰী গোচৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত যোৰহাট আৰক্ষীয়ে আটক কৰা ব্যক্তি সকল হৈছে ধনবৰ দাস তেখেত আছিল নাৱখনৰ গুৰিয়াল, যি নাও খন চলাই নিয়ে, আৰু বিজু কুমাৰ দাস আৰু জয়ন্ত দত্ত আৰু বুবুল চন্দ্ৰ নেওগ এই 3 জন আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ চতুৰ্থ বৰ্গ ৰ কৰ্মচাৰী,যোগেন দত্ত আছিল ঘাটৰ সহায়ক, আৰু বিনোদ বৰুৱা আছিল খলাচী ।

যি ঘটনাৰ পাছত তদন্ত হব লাগিছিল যি খন নাও দুৰ্ঘটনা হৈছিল নাৱখনৰ মালিক মাজুলীৰ পানিৰাম কলিতাক আৰু তাৰ পৰিৱৰ্তে আটক কৰিছে নাৱখনৰ গুৰিয়ালক এখন নাও যোৱাৰ পৰা অহালৈ দয়ীত্তত থাকে বহু কেইজন অভিযন্তা,আৰু কণিষ্ঠ অভিযন্তাৰ কিন্ত চৰকাৰে সেই অভিযন্তা কেইজনক তদন্ত আওতালৈ নানি কেৱল নিলম্বন কৰি চতুৰ্থ বৰ্গ কৰ্মচাৰী কাইজনক আটক কৰা ঘটনাই ৰহস্য ৰ সৃষ্টি কৰিছে ।

এতিয়া সকলোৰে মনত এটা এ প্ৰশ্ন উদয় হৈছে প্ৰকৃততে তদন্ত ৰ নামত হৈছে নিকি ভেকুভাওনা, ৰৌ বৰালিক এৰি দি পুথি খলিহনা ত ধৰিছে চৰকাৰ তথা প্ৰশাসনে ।

Leave a Comment