এতিয়া আপুনি আকাশত চলাব পাৰিব গাড়ী

হাইব্ৰীড ফ্লাইং কাৰৰ ধাৰণা মডেলে ভাৰতলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা।

ৰাজপথত নহয় এতিয়া আপুনি আকাশত চলাব পাৰিব গাড়ী।কোম্পানীটোৱে আশা কৰে যে এই গাড়ীখনক ২০২২ চনত উৎপাদন আৰু সাধাৰণ ব্যৱহাৰৰ অনুমতি দিব পাৰিব।

বিনাতা এৰোমোবিলিটি (ভিনাটা এৰোমোবিলিটি)ৰ যুৱ দলে নিৰ্মাণ কৰা এছিয়াৰ প্ৰথম ফ্লাইং কাৰৰ
অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে,এই উৰণীয়া গাড়ী পিছত ৰাইজৰ সুবিধাৰ্থে কাৰ্গো পৰিবহণৰ লগতে চিকিৎসা সম্বন্ধীয় জৰুৰীকালীন সেৱা প্ৰদানৰ বাবে ব্যৱহাৰ কৰা হ’ব।অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে,এই উৰণীয়া গাড়ী পিছত ৰাইজৰ সুবিধাৰ্থে কাৰ্গো পৰিবহণৰ লগতে চিকিৎসা সম্বন্ধীয় জৰুৰীকালীন সেৱা প্ৰদানৰ বাবে ব্যৱহাৰ কৰা হ’ব।কোম্পানীটোৱে আশা কৰে যে এই গাড়ীখনক ২০২২ চনত উৎপাদন আৰু সাধাৰণ ব্যৱহাৰৰ অনুমতি দিব পাৰিব।

এই গাড়ীখন চলাব বিচৰাসকলৰ বাবে ড্ৰাইভিং লাইচেঞ্চৰ সৈতে ক্ৰীড়া পাইলট প্ৰমাণপত্ৰ থকাটো বাধ্যতামূলক ।

চাৰিজন লোকে যাত্ৰা কৰিব গাড়ীখনত ।এইগাড়ীখন সম্পূৰ্ণৰূপে কম্পিউটাৰাইজকৰা হৈছে
এই গাড়ীখন ১০০টা ঘোঁৰাৰ সমান শক্তিশালী।গাড়ীখন মাটিত লগতে লগতে বতাহত উৰিব পাৰে।
ইয়াত ১০,০০০ ফুট উচ্চতালৈকে উৰিব পৰা ১৬০ কিলোমিটাৰ একেৰাহে চলিব পৰা ৯১২ আইএছ সমৰ্থনযুক্ত ইঞ্জিন থাকিব।

Leave a Comment