হেঙেৰাবাৰী বিজেপিৰ মুখ্য কাৰ্যালয়ত সংবাদ মেল

হেঙেৰাবাৰী বিজেপিৰ মুখ্য কাৰ্যালয়ত মুখপাত্ৰ ৰঞ্জিব শৰ্মাৰ সংবাদমেল।

গৰুখুটিৰ চৰকাৰী উচ্ছেদ অভিযানত পি এফ আই সহযোগিতাত হিংসাত্মক ঘটনা সংঘটিত হৈছিল।
ইছলামিক শাসন হোৱাতো পি এফ আই য়ে বিচাৰে, যাৰ বাবে অসমত পি এফ আই সক্ৰিয় হৈ উঠিছে।
Cong,AIUDF, PFI মিলি অসম অস্থিৰ কৰিব বিচাৰিছে।

লাভ জেহাদ আদিৰ দৰে অপৰাধবোৰত PFI ৰ হাত আছে।

দৰং,মৰিগাঁও, দক্ষিণ শালমৰাকে ধৰি কেইবাখনো জিলাত পি এফ আই সংগঠন সক্ৰিয় হৈ উঠিছে।
প্ৰচলিত শাসন ব্যৱস্থা পি এফ আই য়ে নামানে। আইন আদালতৰ নিয়ম নামানে।

গৰুখুটিত দহ হাজাৰ মানুহে কেনেকৈ প্ৰশাসনক ঘেৰি ধৰিলে, কেনেকৈ আঘাট কৰিবলৈ আগবাঢ়ি গৈছিল।

সংগঠন শক্তিশালী কৰিবলৈ পুজি সংগ্ৰহ কৰিছে, ৭০ লাখ মানুহৰ প্ৰতিজনৰ পৰা দহ টকাকৈ লৈ আছে।

পি এফ আই ক কংগ্ৰেছ আৰু AIUDF য়ে সহযোগিতা দি আছে। দুয়োটা দলৰ লগতে মিলা প্ৰীতি আছে।

কা আন্দোলনৰ পি এফ আই জড়িত আছিল, কলাক্ষেত্ৰ ধ্বংস কৰিব খোজা কামতো জড়িত আছিল পি এফ আই
ৰকিবুল হুছেইনে কঁওক AIUDF কংগ্ৰেছৰ অংশ নহয় বুলি।

NEDA তথা BJPৰ লগত AIUDFৰ কোনো সম্পৰ্ক নাই ।

ৰকিবুল হুছেইনৰ মেমোৰি কমিছে বাবে এনে কথা কৈছে ।

ছিপাঝাৰত গৈ প্ৰতিবাদ কৰাৰ নৈতিক অধিকাৰ কংগ্ৰেছৰ নাই ।

কংগ্ৰেছ এতিয়া উলংগ হোৱাৰ সময় । ভূপেন বৰাই কাপোৰ ফালি তাকেই সূচাইছে ।

AIUDF UPIৰ অংশীদাৰ ।

এইবোৰ কংগ্ৰেছৰ বহুৱালী
AIUDF কংগ্ৰেছৰ এতিয়াও মিত্ৰতাতে আছে।

যি ছয়জন লোকৰ নাম আহিছে, তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব।
অসম আৰক্ষীয়ে মানুহৰ মন চুই যোৱা কাম কৰিছে ।

CPM দলক সমালোচনা ।

CPM এতিয়া এঘৰীয়া হৈছে । CPMৰ কোনো অস্তিত্বই নাই ।

Leave a Comment