সামুদ্ৰিক ধুমুহা ‘ইদ’ ৰ তাণ্ডৱ

আমেৰিকাত সামুদ্ৰিক ধুমুহা ‘ইদ’ৰ তাণ্ডৱ চলিছে আমেৰিকাৰ বিভিন্ন স্থানত ক্ষতিগ্ৰস্ত বহু অঞ্চল।

শেহতীয়াকৈ ঘূৰ্ণী ধুমুহাৰ তাণ্ডৱত স্বাভাৱিক গতি পথ হঠাতে সলনি হৈ পৰিছে মিছিছিপি নদীৰ পানী।

ওলোটাকৈ ববলৈ লৈছে মিছিছিপিৰ পানী। সোমবাৰে দুপৰীয়া আমেৰিকাৰ দক্ষিণ উপকূলত আহি খুন্দিয়াই কেটেগৰী- ৪ সামুদ্ৰিক ধুমুহা ইদে ।

ঘণ্টাত ১৫০ মাইল গতিত অহা এই ধুমুহাৰ ফলত কিছু সময়ৰ বাবে মিছিছিপি ওলোটা দিশত ব’বলৈ লৈছিল বুলি স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। ইয়াৰ পূৰ্বে ১৬ বছৰ পূৰ্বে অনুৰূপ সামুদ্ৰিক ঘূৰ্নি ধুমুহাই তাণ্ডব সৃষ্টি কৰিছিল আমেৰিকাত।

Leave a Comment