বিশ্বৰ সকলোতকৈ ডাঙৰ জাহাজখন !

পৃথিৱীত কিছুমান বস্তু আছে, যিয়ে চমক সৃষ্টি কৰিবলৈ সক্ষম হয়৷ কিছুমান বস্তু প্রাকৃতিকভাৱে সৃষ্ট আৰু কিছুমান মানুহে নিজে সৃষ্টি কৰে৷ বিজ্ঞান আৰু প্রযুক্তিৰ দ্রুত প্রসাৰে মানুহক সৃষ্টিত যথেষ্ট অৰিহণা যোগাইছে ঠিক তেনেদৰে কব বিচাৰিছোঁ এনে এটা মানব মানৱসৃষ্ট বস্তুৰ বিষয়ে ৷

‘চিম্ফনিচ অৱ ছিছ’ (Symphony of the seas) নামৰ এখন জাহাজ, যি ৰ’য়েল কেৰিবিনৰ ২৫ সংখ্যক জাহাজ সমান ।

২০১৭ চনৰ জুন মাহত জাহাজখন নির্মাণ কৰি উলিওৱা হৈছিল ৷ বর্তমান এই জাহাজখন বিশ্বৰ আটাইতকৈ ডাঙৰ জাহাজ হিচাপে পৰিগণিত হৈছে৷

জাহাজ খনৰ দৈর্ঘ্য ১,১৮৮ ফুট, উচ্চতা ২৩৮ ফুট৷ আৰু জাহাজখনৰ বহন ক্ষমতা জানিলে আপুনিও আচৰিত হ’ব৷

জাহাজখনে এবাৰত ৬,৬৮০জন পর্যন্ত ব্যক্তিক কঢ়িয়াব পাৰে৷

ঘণ্টাত ইয়াৰ বেগ ৪১ কিলোমিটাৰ৷ ইয়াৰ ভাৰ বহণ ক্ষমতা ২ লাখ ২৮ হাজাৰ ৮১ গ্রছ ট’নছ ৷

Leave a Comment